মাজুলীত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা|

Guwahati/ 17th November’2017 (Prag News Desk): মাজুলীত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা|

পৰ্যটনৰ বিকাশৰ বাবে ৭৫ কোটি টকাৰ পেকেজ ঘোষণা|

মাজুলীৰ ৰাজপথত চাইকেল চলালে জয়ন্তমল্লই|

পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰয়াসেৰে চাইকেল চলালে অধ্যক্ষগৰাকীয়ে|

Share it on

Leave a Reply