বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্য…

Guwahati/22nd November’2017: বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুয়ে অসমীয়া চলচিত্ৰ জগতত এক বিৰাট শূন্যতা আনিলে। তেখেতৰ মৃত্যুত সদৌ মৰাণ ছাত্ৰ সন্হাৰ সভাপতি অৰুণজ্যোতি মৰাণে গভীৰ শোক প্ৰকাশ কৰিছে।

অসমীয়া ছৱি জগতৰ দুৰ্দান্ত অভিনেতা বিজু ফুকনদেৱে অসমীয়া সংস্কৃতিৰ পথাৰখন শূণ্য কৰি আমাৰ মাজৰ পৰা চিৰ বিদায় লোৱাত অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “হিতকল্প”ই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়াললৈ আমাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিলো।

Share it on

Leave a Reply