NE Cultural Centreৰ সঞ্চালকৰূপে জিতুল সোণোৱালৰ যোগদান।

Guwahati/ 22nd November’2017 (Prag News):
North East  Zone Cultural Centreৰ সঞ্চালকৰূপে জিতুল সোণোৱালৰ যোগদান। কেন্দ্ৰীয় চৰকাৰৰ এই পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া জিতুল সোণোৱাল। উত্তৰ–পূবৰ আঠোখন ৰাজ্যৰ লোক–সংস্কৃতিৰ হৈ কাম কৰিব সোণোৱালে।

Share it on

Leave a Reply