অসম পশুধন আৰু হাহ কুকুৰা নিগমৰ ব্যতিক্ৰমী

Guwahati/24th November ‘2017: অসম পশুধন আৰু হাহ কুকুৰা নিগমৰ ব্যতিক্ৰমী পদক্ষেপ

কণীৰ অভাৱনীয় মুল্যবৃদ্ধিৰ পৰা সাধাৰণ গ্ৰাহকক সকাহ দিয়াৰ বাবে মহানগৰীৰ দহটা স্থানত কণীৰ খুচুৰা বিক্ৰী কেন্দ্ৰ|

কেন্দ্ৰসমূহত প্ৰতিটো কণী উপলব্ধ হব ৬ টকা দৰত

কেন্দ্ৰসমুহত গ্ৰাহকৰ ভিৰ৷

খানাপাৰা,চেনীকুঠি,নুনমাটি,পাণ্ডু,হাতীগাও,
কালাপাহাৰ,বামুণিমৈদাম,আদাবাৰি,বেলতলা আৰু গোটানগৰত আছে এই খুচুৰা বিক্ৰী কেন্দ্ৰসমুহ|

Share it on

Leave a Reply