নতুন দিল্লীত ” দ্যা লাষ্ট বেটেল অৱ শৰাইঘাট” নামৰ গ্ৰন্থ মুকলি|

Guwahati/24th November’2017 (Prag News Desk): নতুন দিল্লীত ” দ্যা লাষ্ট বেটেল অৱ শৰাইঘাট” নামৰ গ্ৰন্থ মুকলি|

নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰিত উন্মোচন গ্ৰন্থখন|

উত্তৰ পূৱত বিজেপি উত্থানৰ সন্দৰ্ভত লিখা হৈছে গ্ৰন্থখন|

গ্ৰন্থখনৰ লেখক ৰজত চেঠি আৰু শুভ্ৰষ্ঠা|

উন্মোচনী অনুষ্ঠানত অংশগ্ৰহন কৰে ৰাম মাধৱ, মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং, হিমন্ত বিশ্ব শৰ্মাই|

Share it on

Leave a Reply