বিশ্ব বক্সিঙৰ ফাইনেলত অসম সন্তান অংকুশিতা বড়ো।

0
349

Guwahati/ 24th November’2017: যুৱ মহিলা বিশ্ব বক্সিঙৰ ফাইনেলত অসম সন্তান অংকুশিতা বড়ো। ৬৪ কে জি Light Welter শাখাত অংকুশিতাই পৰাস্ত কৰিলে থাইলেণ্ডৰ Thanchanok Saksriক। ইয়াৰ জৰিয়তে অংকুশিতাৰ ৰূপৰ পদক নিশ্চিত হল। গেলেৰীত যথেষ্ট দৰ্শকৰ সমৰ্থন।

Share it on

Leave a Reply