মহানগৰীৰ সৰু সজাই ত উত্তপ্ত পৰিস্থিতি

SLUG : – BELTOLA SARUSAJAI HUNGAMA
Guwahati/24th November’2017 (Prag News Desk):  মহানগৰীৰ সৰু সজাই ত উত্তপ্ত পৰিস্থিতি । বাহনক সুন্দওৱাক লৈ এনে পৰিস্থিতিত । আকাশ হোণ্ডা servicing কৰিবলৈ অহা গাড়ীত আৰক্ষীৰ গাড়ীয়ে খুন্দিয়া ফলত আৰ ক্ষী আৰু আকাশ হোণ্ডা কৰ্মচাৰী সংঘাত লিপ্ত হয় । তাৰ ফলত আহত আকাশ হোণ্ডা তিনি কৰ্মচাৰী । অভিযোগ 23 IRBN ৰ আৰক্ষীয়ে বেয়াকৈ মাৰ ধাৰ কৰে আকাশ হোণ্ডা কৰ্মচাৰী । লগতে কেইবাখনো বহন জব্দ কৰি থয় 23 IVRBN ৰ আৰক্ষীয়ে । ঘটনা স্থলীত উপস্থিত হয় বশিষ্ঠ আৰক্ষী । 23 IRBN ৰ আৰক্ষীৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজেহাৰ দাখিল কৰে আকাশ হোণ্ডা কৰ্মচাৰী ।

Share it on

Leave a Reply