আচলতে বানজিৰ আছিল এটা বাটৰ কুকুৰ

Guwahati/ 28th November’2017: বানজিৰৰ আকস্মিক মৃত্যুত নাৰেংগীৰ হাউছিং কলনীৰ ৰাইজৰ শোক।মৰমৰ বানজিৰৰ আত্মাৰ সদগতিৰ অৰ্থে ৰাইজে আয়োজন কৰিলে নাম-প্ৰসংগ। আচলতে বানজিৰ আছিল এটা বাটৰ কুকুৰ।বাটৰ পৰা আনি বানজিৰক নাৰেংগীৰ হাউছিং কলনীৰ ৰাইজে ঘৰত পুহিছিল বৰ মৰম কৰি।সকলোৰে কথা শুনিছিল মৰমৰ কুকুৰটোৱে।আকস্মিক ভাবে কুকুৰ টো মৃত্যু হোৱাত অঞ্চলটোৰ ৰাইজ শোকত ভাগি পৰে।কুকুৰটোৰ আত্মাৰ সদগতিৰ অৰ্থে ৰাইজে নাৰেংগীৰ হাউছিং কলনীৰ শিৱ মন্দিৰত আয়োজন কৰে নাম-প্ৰসংগ।

Share it on

Leave a Reply