আমচাঙত উদ্যোগ স্থাপনক লৈ চৰকাৰ, কংগ্ৰেছৰ তৰ্কযুদ্ধ|

Guwahati/ 4th December’2017 (Prag News Desk): আমচাঙত উদ্যোগ স্থাপনক লৈ চৰকাৰ, কংগ্ৰেছৰ তৰ্কযুদ্ধ|

আমচাঙত অবৈধ উদ্যোগক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কংগ্ৰেছৰ|

বনাঞ্চলৰ ভিতৰত থকা উদ্যোগৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভ|

কংগ্ৰেছক প্ৰত্যুত্তৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ|

কংগ্ৰেছৰ আমোলত আমচাঙত উদ্যোগ স্থাপনৰ অভিযোগ|

‘কংগ্ৰেছ চৰকাৰে আমচাঙত পাতিছিল উদ্যোগ’|

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গুৰুতৰ অভিযোগ|

উদ্যোগ স্থাপনৰ অনুমতি দিয়াত ব্যাপক অনিয়মৰ অভিযোগ|

বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই উত্থাপন কৰিছে অভিযোগ|

‘APSC কেলেংকাৰিতকৈও গুৰুতৰ উদ্যোগৰ অনুমতি দিয়াৰ অনিয়ম’|

Share it on

Leave a Reply