দেৱতনুৰ সাম্প্ৰদায়িক মন্তব্যত উত্তাল ৰাজ্য|

Guwahati/ 4th December’2017 (Prag News Desk): হিন্দু সংহতি সভাৰ সভাপতি দেৱতনু ভট্টাচাৰ্যৰ অতি সাম্প্ৰদায়িক মন্তব্য|

দেৱতনুৰ সাম্প্ৰদায়িক মন্তব্যত উত্তাল ৰাজ্য|

কংগ্ৰেছী নেতা প্ৰদ্যুত্‍ বৰদলৈৰ ক্ষুৰধাৰ সমালোচনা|

দেৱতনুৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ গোচৰ|

মুছমানৰ বিৰুদ্ধে হিন্দুক অস্ত্ৰ তুলি ল’বলৈ মন্তব্য কৰিছিল দেৱতনুৱে|

Share it on

Leave a Reply