মনুচ হাজৰিকাৰ জীৱনৰ কৰুণ গাঁথা|

Guwahati/ 4th December’2017 (Prag News Desk): এতিয়া এলাগী হৈ পৰিছে শিক্ষামিত্ৰসকল|

২০০৩ চনত আমাৰ পঢ়াশালিত শিক্ষামিত্ৰ হিচাপে যোগদান কৰিছিল মনুচ হাজৰিকাই|

মনুচ হাজৰিকাৰ জীৱনৰ কৰুণ গাঁথা|

বান-গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই গৃহহাৰা তেওঁ|

শেহতীয়াকৈ পৰিয়াল পোহপাল দিবৰ বাবে বিক্ৰী কৰিলে নিজৰ কিডনী|

এতিয়া গুৰুতৰ অসুখত আক্ৰান্ত মনুচ হাজৰিকা|

 

Share it on

Leave a Reply