মনোনয়ন দাখিলৰ আজি অন্তিম দিন|

Guwahati/ 4th December’2017 (Prag News Desk): কংগ্ৰেছৰ সভাপতি পদৰ বাবে আজি মনোনয়ন দাখিল কৰিব ৰাহুল গান্ধীয়ে|

কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন|

উপস্থিত থাকিব ছোনিয়া গান্ধী, মনমোহন সিং|

১০.৩০ বজাত মনোনয়ন দাখিলৰ সম্ভাৱনা|

মনোনয়ন দাখিলৰ আজি অন্তিম দিন|

Share it on

Leave a Reply