লামডিং ৰে’লৱেৰ বিৰুদ্ধে দেশক অপমান কৰাৰ অভিযোগ|

Guwahati/ 4th December’2017 (Prag News Desk): স্বচ্ছ ভাৰতৰ নামত লামডিং ৰে’লৱেৰ দায়িত্বজ্ঞানহীনতা|

ফুট ব্ৰীজত ভাৰত আৰু ইণ্ডিয়া নাম লিখি দেশক অপমান|

নামৰ ওপৰেৰে খোজকাঢ়ি পাৰ হৈছে যাত্ৰীয়ে|

লামডিং ৰে’লৱেৰ বিৰুদ্ধে দেশক অপমান কৰাৰ অভিযোগ|

 

Share it on

Leave a Reply