সন্ধিয়াই দীপৰ বিলৰ দাঁতিত বন্যহস্তীৰ সন্ত্ৰাস|

Guwahati/ 4th December’2017 (Prag News Desk): সন্ধিয়াই দীপৰ বিলৰ দাঁতিত বন্যহস্তীৰ সন্ত্ৰাস|গাঁওবাসীৰ চোতালতে বন্যহস্তীয়ে খাই গ’ল দাই অনা ধান| পথাৰৰ পকা ধানো তহিলং কৰিলে হাতীটোৱে| প্ৰসাদৰ ওপজা দিনটো উত্সৰ্গিত কৰা হয় অধিবক্তাসকলৰ নামত। ওকালতিৰ ক্ষেত্ৰখনলৈ বিশেষ বৰঙনি আগবঢ়োৱা দেশৰ কেইবাগৰাকীও বিশিষ্ট অধিবক্তাক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত। এই অনুষ্ঠানতে অসমৰ বিশিষ্ট অধিবক্তা নিলয় আনন্দ দত্তকো সম্বৰ্ধনা জনোৱা হয় আইনৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে। ১৯৮৩ চনত কৰ্মজীৱন আৰম্ভ কৰা দত্ত সম্প্ৰতি অৰুণাচলপ্ৰদেশৰ এডভোকেট জেনেৰেল। দত্তৰ উপৰি অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় বি ভি আচাৰ্য, এন কে আনন্দ, মুৰুলীধৰ চি ভাণ্ডাৰে, ইকবাল ছাগলা, নৰনাৰয়ণ গপ্তো, আৰ এন ঝুনঝুনবালা, ইউ আৰ ললিত, গোপাল সুব্ৰমণিয়াম আৰু মনোহৰ উছগাওকাৰক।

 

Share it on

Leave a Reply