৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব NRCৰ প্ৰথমখন খচৰা উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ |

0
201

Guwahati/ 4th December’2017 (Prag News Desk): ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব NRCৰ প্ৰথমখন খচৰা উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পাছতে যুদ্ধকালীন প্ৰস্তুতি ২,৫০০ সেৱাকেন্দ্ৰত ব্যাপক ব্যস্ততা সেৱাকেন্দ্ৰত নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী স্পৰ্শকাতৰ অঞ্চলৰ সেৱাকেন্দ্ৰত অধিক সুৰক্ষা NRCৰ কামত নিয়োজিত কৰিব শিক্ষক-কৰ্মচাৰীক স্থগিত ৰখা হৈছে তৃতীয় পৰ্যায়ৰ গুণোত্সৱ সোমবাৰৰ পৰা NRCৰ কামত হাজাৰ হাজাৰ শিক্ষক NRC পুনৰীক্ষণৰ কামত জড়িতক দিয়া হ’ব নিৰাপত্তা |

NRCৰ প্ৰথমখন খচৰা প্ৰকাশলৈ ২৯ দিন সংখ্যালঘু অধ্যুষিত অঞ্চলত সৃষ্টি হৈছে শংকা নিজ ঘৰলৈ উভতিছে দূৰ-দূৰণিত থকা বহু লোক বৰক্ষেত্ৰীৰ চৰাঞ্চলতো দেখা গৈছে ব্যস্ততা ঘৰলৈ উভতি হাতত কাগজ পত্ৰ লৈ সাজু বহু লোক চৰাঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনী পৰিস্থিতি অধিক অৱনতি নহ’বলৈ আৰক্ষীৰ চোকা নজৰ |

 

 

Share it on

Leave a Reply