চকুপানী টুকি বিদায় ধ্ৰুৱজ্যোতি চৌধুৰীৰ|

Guwahati/ 5th December’2017 (Prag News Desk): ৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ এজন শিক্ষকৰ|

চকুপানী টুকি বিদায় ধ্ৰুৱজ্যোতি চৌধুৰীৰ|

বকোত ৰায়পাৰা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ|

১৯৮৮ স্থাপিত বিদ্যালয়খনৰ নহ’ল প্ৰাদেশীকৰণ|

বিদায়ক্ষণত উচুপি উঠিল শিক্ষক, শিক্ষাৰ্থীয়ে|

Share it on

Leave a Reply