পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ|

Guwahati/ 5th November’2017 (Prag News Desk): পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ|

সভাপতি ৰিপুণ বৰাই গঠন কৰিলে নিৰ্বাচনী ইস্তাহাৰ সমিতি|

তৰুণ গগৈ সমিতিৰ মুখ্য উপদেষ্টা|

ৰকিবুল হুছেইনক উপাধ্যক্ষ নিযুক্তি|

সমিতিৰ সদস্য দেৱব্ৰত শইকীয়া, সুস্মিতা দেৱ, ভুৱনেশ্বৰ কলিতা\

পৱন সিং ঘাটোৱাৰ, ডাঃ ভূমিধৰ বৰ্মন, ৱাজেদ আলী চৌধুৰী|

ডাঃ নজৰুল ইছলাম, অজন্তা নেওগ, শৰত্ বৰকটকী\

প্ৰদ্যুত্ বৰদলৈ, দ্বীজেন শৰ্মা, বলীন কুলী, বসন্ত দাস|

দুৰ্গা দাস বড়ো, দেৱব্ৰত কলিতা আৰু চন্দন বৰুৱা,

আহ্বায়কৰ দায়িত্বত বিচিত্ৰ চৌধুৰী|

যুটীয়া আহ্বায়ক অপূৰ্ব ভট্টাচাৰ্য, প্ৰফুল্ল দাস|

Share it on

Leave a Reply