NRCত গ্ৰহণযোগ্য হ’ব পঞ্চায়তৰ প্ৰমাণপত্ৰ|

Guwahati/ 5th November’2017 (Prag News Desk): NRCত গ্ৰহণযোগ্য হ’ব পঞ্চায়তৰ প্ৰমাণপত্ৰ|

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ উচ্চতম ন্যায়ালয়ৰ|

পঞ্চায়তৰ প্ৰমাণপত্ৰ সংযোগী নথি হিচাপে গ্ৰহণযোগ্য হ’ব|

ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ আৰ এফ নৰিমানৰ খণ্ড বিচাৰপীঠৰ ৰায়|

‘মূল বাসিন্দা’ সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ৰ ৰায়|

NRCত মূল বাসিন্দাৰ প্ৰসংগ অপ্ৰাসংগিক|

Share it on

Leave a Reply