NRCত গ্ৰহণযোগ্য হ’ব পঞ্চায়তৰ প্ৰমাণপত্ৰ|

Guwahati/ 5th December’2017 (Prag News Desk): NRCত গ্ৰহণযোগ্য হ’ব পঞ্চায়তৰ প্ৰমাণপত্ৰ|

সংযোগী নথি হিচাপে গ্ৰহণযোগ্য হ’ব পঞ্চায়তে দিয়া প্ৰমাণপত্ৰ|

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়|

সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়|

পঞ্চায়তৰ প্ৰমাণপত্ৰক অপ্ৰাসংগিক বুলি ৰায় দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে|

অৰিজিনেল ইনহেবিটেণ্টৰ সন্দৰ্ভতো সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত|

NRCত অপ্ৰাসংগিক অৰিজিনেল ইনহেবিটেণ্ট সূত্ৰ|

Share it on

Leave a Reply