আৰক্ষী আয়ুক্ত হীৰেন নাথৰ সংবাদমেল|

Guwahati/ 6th December’2017 (Prag News Desk):  আৰক্ষী আয়ুক্ত হীৰেন নাথৰ সংবাদমেল|

শ্বেতা হত্যাকাণ্ড সন্দৰ্ভত নতুন তথ্য প্ৰকাশ|

গোবিন্দ সিংঘলৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল শ্বেতাৰ|

শ্বেতাক প্ৰেমৰ প্ৰস্তাৱ দিছিল গোবিন্দে|

কিন্তু প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল শ্বেতাই|

৩ মাহৰ পৰা চলি আছিল মনোমালিন্য|

শিলিগুৰিলৈ যাব বিচাৰিছিল গোবিন্দ|

বিবাহক লৈ চলি আছিল সংঘাত|

সোমবাৰে গোবিন্দৰ ঘৰলৈ গৈছিল শ্বেতা|

তাতেই কাজিয়াৰ সূত্ৰপাত হৈছিল|

শ্বেতাক গঁতিয়াই দিয়ে গোবিন্দ সিংঘলে|

দেৱালত খুন্দা লাগি মূৰ্ছা যায় শ্বেতা|

শ্বেতাৰ মৃত্যুৰ কথা গম পাই মৃতদেহ বস্তাত ভৰাই পেলাব বিচাৰিছিল গোবিন্দে|

অসমৰ্থ হৈ বাথৰূমত নি কেৰাচিন ঢালি জ্বলাই দিয়ে|

Share it on

Leave a Reply