জামুগুৰিহাটৰ বাকুলাত ভয়ংকৰ পথ দুৰ্ঘটনা|

Guwahati/ 6th December’2017 (Prag News Desk):জামুগুৰিহাটৰ বাকুলাত ভয়ংকৰ পথ দুৰ্ঘটনা|

টেংকাৰ-চিমেণ্টভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ|

ৰাজপথতে অগ্নিপুঞ্জত পৰিণত ট্ৰাক-টেংকাৰ|

দুৰ্ঘটনাগ্ৰস্ত গাড়ীদুখনৰ চালকৰ অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু|

কথমপি প্ৰাণৰক্ষা ট্ৰাক কৰ্মচাৰীৰ|

অঞ্চলজুৰি নিশা তীব্ৰ আতংক|

গাড়ী দুখনৰ নম্বৰ ক্ৰমে AS-07 C-3581, AS-07 C-7961|

Share it on

Leave a Reply