উদ্বোধন কৰিলে কৌশল বিকাশ প্ৰতিষ্ঠান|

Guwahati/ 8th December’2017 (Prag News Desk): উত্তৰ গুৱাহাটীৰ ফুলুঙত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান|

উদ্বোধন কৰিলে কৌশল বিকাশ প্ৰতিষ্ঠান|

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হ’ব দলং|

১,২০০ কোটি টকাৰে নিৰ্মাণ হ’ব এই দলং|

আগন্তুক ৫ বছৰৰ ভিতৰত দলং সম্পূৰ্ণ কৰাৰ পৰিকল্পনা|

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ স্থাপন হ’ব তেলৰ পাইপলাইন|

বাৰাউনীৰ পৰা নুমলীগড় হৈ উজনি অসমলৈ হ’ব পাইপলাইন|

শিৱসাগৰত স্থাপন কৰা হ’ব ছুপাৰ স্পেচিয়েলিটী হাস্পতাল|

তেল শোধনাগাৰক অধিক উন্নত কৰাৰ পৰিকল্পনা|

অসমত স্থাপন হ’ব দক্ষতা বিকাশ বিশ্ববিদ্যালয়|

বিশ্ববিদ্যালয়ৰ বাবে অসম চৰকাৰক ভূমি বিচৰাৰ নিৰ্দেশ|

এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ|

অনুষ্ঠানত উপস্থিত থাকে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা|

 

Share it on

Leave a Reply