গহপুৰত ঘৰে ঘৰে চলিছে NRCৰ প্ৰ-পত্ৰ নিৰীক্ষণ|

Guwahati/ 8th December’2017 (Prag News Desk): গহপুৰত ঘৰে ঘৰে চলিছে NRCৰ প্ৰ-পত্ৰ নিৰীক্ষণ|

প্ৰ-পত্ৰ নিৰীক্ষকক সংগ দিলে উপায়ুক্ত, আৰক্ষী অধীক্ষকে|

গহপুৰৰ স্পৰ্শকাতৰ কলাবাৰীৰ ২নং শকুৰাত প্ৰশাসনৰ মুৰব্বীৰ দল|

প্ৰ-পত্ৰ নিৰীক্ষণৰ শান্তিপূৰ্ণ অগ্ৰগতিত সন্তুষ্টি DC-SPৰ|

Share it on

Leave a Reply