দিল্লী-অ’মানমুখী বিমানত আতংকময় পৰিস্থিতি|

Guwahati/ 8th December’2017 (Prag News Desk): অনুজ্ঞাপত্ৰ অবিহনে বিমান চলোৱাৰ চেষ্টা অ’মানৰ পাইলটৰ|

দিল্লী-অ’মানমুখী বিমানত আতংকময় পৰিস্থিতি|

দিল্লীতে সাময়িকভাৱে ৰদ কৰা হ’ল অ’মান এয়াৰৰ বিমানখনৰ যাত্ৰা|

পাইলটজনক বাণিজ্যিক অনুজ্ঞাপত্ৰ অবিহনে ককপিটত ধৰা পেলাইছিল|

 

Share it on

Leave a Reply