দীৰ্ঘদিনে মেৰামতিৰ মুখ দেখা নাই ৪ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাই|

Guwahati/ 8th December’2017 (Prag News Desk): টিহু-শ’লমাৰা গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপত ৰাইজৰ দুৰ্ভোগ|

দীৰ্ঘদিনে মেৰামতিৰ মুখ দেখা নাই ৪ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাই|

ৰাইজৰ দাবীৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ|

৫৮ লাখ ৪০ হাজাৰ টকাৰে পুনঃনিৰ্মাণৰ আধাৰশিলা স্থাপন|

কিন্তু আজিকোপতি কাম আগ নাবাঢ়িল মেৰামতিৰ|

৫ জুনত বিধায়ক পবিন্দ্ৰ ডেকাই স্থাপন কৰিছিল আধাৰশিলা|

Share it on

Leave a Reply