ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত নৃপেন বড়ো|

Guwahati/ 8th December’2017 (Prag News Desk): টংলাৰ নৃপেন বড়ো নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড|

ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত নৃপেন বড়ো|

২০১৫ চনৰ ৩ এপ্ৰিলত সংঘটিত হৈছিল হত্যাকাণ্ড|

ওদালগুৰিৰ সত্ৰ ন্যায়াধীশে দিলে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়|

Share it on

Leave a Reply