নলবাৰীৰ দিজহাৰীৰ দিব্যাংগ যুৱকৰ অনন্য প্ৰতিভা|

Guwahati/ 8th December’2017 (Prag News Desk): নলবাৰীৰ দিজহাৰীৰ দিব্যাংগ যুৱকৰ অনন্য প্ৰতিভা|

অষ্টম শ্ৰেণীলৈ পঢ়া মৃণাল কলিতাৰ অনুভৱী মনৰ কবিতা|

মৃণালৰ বহী ভৰিছে সুন্দৰ কবিতাৰে|

পিতৃয়ে দিন হাজিৰা কৰা মৃণালে আজিলৈ পোৱা নাই চৰকাৰী সাহায্য|

Share it on

Leave a Reply