বকোত ভূপেন হাজৰিকা মঞ্চৰ নামতো দুৰ্নীতি|

Guwahati/ 8th December’2017 (Prag News Desk): বকোত ভূপেন হাজৰিকা মঞ্চৰ নামতো দুৰ্নীতি|২০১৪-১৫ বৰ্ষত প্ৰতিটো ব্লকত স্থাপন হৈছিল সুধাকণ্ঠ সোঁৱৰণী মঞ্চ| দুবছৰতে বকোত খহিল ১৫ লাখৰে নিৰ্মিত মঞ্চ| সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণ হৈছিল মঞ্চখন|

Share it on

Leave a Reply