মৰণফান্দত পৰিণত ৰঙিয়াৰ দেউকুছি-গোৰেশ্বৰ পথ|

Guwahati/ 8th December’2017 (Prag News Desk): মৰণফান্দত পৰিণত ৰঙিয়াৰ দেউকুছি-গোৰেশ্বৰ পথ|

১৫ বছৰে ৫০ খন গাঁৱৰ ৰাইজৰ যমৰ যাতনা|

ব্যাপক আৱেদন-নিৱেদনৰ পাছতো মেৰামতি হোৱা নাই দলংখন|

ৰঙিয়া, কমলপুৰ, BTAD সংযোগ কৰিছে দলংখনে|

কিন্তু কাণসাৰ নাই তিনিটাকৈ সমষ্টিৰ বিধায়কৰ|

Share it on

Leave a Reply