হিন্দু ধৰ্মীয় কুম্ভমেলালৈ ইউনেস্ক’ৰ আন্তঃৰাষ্ট্রীয় স্বীকৃতি|

Guwahati/ 8th December’2017 (Prag News Desk): হিন্দু ধৰ্মীয় কুম্ভমেলালৈ ইউনেস্ক’ৰ আন্তঃৰাষ্ট্রীয় স্বীকৃতি|

‘মানৱীয় প্ৰমূল্যবোধৰ অমূৰ্ত সাংস্কৃতিক পীঠস্থান কুম্ভমেলা’|

ইউনেস্ক’ৰ ছ’চিয়েল মিডিয়াৰ এক পেজত কুম্ভমেলাক প্ৰশংসা|

কুম্ভমেলালৈ পশ্চিমীয়া, আফ্ৰিকীয় দেশৰ ভক্তৰ আগমনকো প্ৰশংসা ইউনেস্ক’ৰ|

 

Share it on

Leave a Reply