মিজোৰামৰ ৭ যুৱকৰ গুণ্ডাগিৰি|

Guwahati/ 13th December’2017 (Prag News Desk): মহানগৰীৰ অনিল নগৰৰ লামকা গেষ্টহাউছত উত্তপ্ত পৰিস্থিতি|

মিজোৰামৰ ৭ যুৱকৰ গুণ্ডাগিৰি|

অসমীয়া যুৱকক মাৰধৰ মিজো যুৱকৰ|

৭ জনীয়া দল এটাই আক্ৰমণ কৰাৰ অভিযোগ|

আইজলৰ পৰা আহিছিল দলটো|

ঘটনাস্থলীত উপস্থিত আৰক্ষী|

আৰক্ষীয়ে আটক কৰে উদণ্ড মিজো যুৱককেইজনক|

Share it on

Leave a Reply