গেছ ক্ৰেকাৰ প্ৰকল্প বন্ধৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ|

Guwahati/ 14th December’2017 (Prag News Desk):

গেছ ক্ৰেকাৰ প্ৰকল্প বন্ধৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ|

চৰম সংকটত BCPL কৰ্তৃপক্ষ|

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ BCPL কৰ্তৃপক্ষ|

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে সাময়িক সকাহ|

সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত স্থগিতাদেশ ন্যায়ালয়ৰ|

 

Share it on

Leave a Reply