বকোত নিশা সংঘটিত দুটাকৈ পথ দুৰ্ঘটনা|

Guwahati/ 14th December’2017 (Prag News Desk):

বকোত নিশা সংঘটিত দুটাকৈ পথ দুৰ্ঘটনা|

অচিনাক্ত বাহনৰ খুন্দাত নিহত দুজন বাইক আৰোহী|

নিহত ৰূপম ৰাভা আৰু নজৰুল ইছলাম|

আহত হৈছে মনোজ ৰাভা আৰু আইজুল আলী|

বকোৰ শিৱমন্দিৰ আৰু বাক্ৰাপাৰাত এই দুৰ্ঘটনা|

Share it on

Leave a Reply