গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়াৱহ পথ দুৰ্ঘটনা

Guwahati/ 19th December’2017 (Prag News Desk):গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়াৱহ পথ দুৰ্ঘটনা|

তীব্ৰবেগী বলেৰ’ পিক্আপে খুন্দিয়াই ছুইফ্ট ডিজায়াৰক|

কথমপি ৰক্ষা পৰিল প্ৰাক্তন বিধয়াক আলি আকবৰ, তেওঁৰ পৰিয়াল|

দুৰ্ঘটনা সংঘটিত কৰি বলেৰ’ পিকআপ ভানৰ পলায়ন|

 

Share it on

Leave a Reply