জন্মৰ প্ৰমাণপত্ৰ, বিয়াৰ প্ৰমাণপত্ৰত যথেষ্ট বিসংগতি|

0
126

Guwahati/ 19th December’2017 (Prag News Desk): পূৰ্ণগতিত চলিছে NRCৰ নথি-পত্ৰ পৰীক্ষাৰ কাম|

শিলচৰত ইতিমধ্যে সম্পন্ন প্ৰায় আঢ়ৈ লাখ নথিৰ পৰীক্ষা|

পৰীক্ষাত ধৰা পৰিছে বহু ভুৱা নথি|

জন্মৰ প্ৰমাণপত্ৰ, বিয়াৰ প্ৰমাণপত্ৰত যথেষ্ট বিসংগতি|

বহু লোকে জমা দিছিল ভুৱা নথি-পত্ৰ|

বৰখলা আৰু শিলচৰ সমষ্টিত ধৰা পৰিছে জাল নথি-পত্ৰ|

Share it on

Leave a Reply