দুৰ্নীতি নিবাৰকৰ জালত বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া|

Guwahati/ 19th December’2017 (Prag News Desk): দুৰ্নীতি নিবাৰকৰ জালত বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া|

২০ হাজাৰ টকা ঘোচ লওতে হাতে-লোটে ধৰা পৰে হৃদয় কলিতা|

গোচৰ নিষ্পত্তিৰ বাবে ৫০ হাজাৰ বিচাৰিছিল কলিতাই|

অ’চি হৃদয় কলিতাৰ নাৰ্ছিংহোম, কাৰখানা আছে বৰপেটাত|

কলিতাৰ পত্নী বিজেপি নেত্ৰী|

দুৰ্নীতি নিবাৰকৰ দল উপস্থিত বৰপেটাত|

নিশা দুৰ্নীতি নিবাৰকৰ শাখালৈ লৈ আহে কলিতাক|

 

Share it on

Leave a Reply