পূৰ্বে ৮০ কিঃ মিঃ দূৰত্ব হেণ্ডেলত নধৰাকৈ চলাইছিল চাইকেল|

0
148

Guwahati/ 19th December’2017 (Prag News Desk): পুনৰ বিশ্ব ৰেকৰ্ডৰ বাবে সাজু গহপুৰৰ যুৱক মনজিত দিহিঙীয়া|

পূৰ্বে ৮০ কিঃ মিঃ দূৰত্ব হেণ্ডেলত নধৰাকৈ চলাইছিল চাইকেল|

২০০ কিঃ মিঃ দূৰত্ব খালী ভৰিৰে খোজ কাঢ়িব মনজিতে|

মঙলবাৰে গহপুৰ বাছষ্টেণ্ডৰ পৰা যাত্ৰা আৰম্ভ মনজিতৰ|

 

Share it on

Leave a Reply