বাংলাদেশী দুৰ্বৃত্তৰ তাণ্ডৱ চাহ বাগিচাখনত|

Guwahati/ 19th December’2017 (Prag News Desk): কৰিমগঞ্জৰ প্ৰমোদ নগৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি|

বাংলাদেশী দুৰ্বৃত্তৰ তাণ্ডৱ চাহ বাগিচাখনত|

সীমান্ত পাৰ হৈ আহিছিল ৭ জনীয়া দুৰ্বৃত্তৰ দলটো|

প্ৰমোদ নগৰৰ স্বপন নায়কৰ বাসগৃহত প্ৰৱেশ দুৰ্বৃত্তৰ|

দুৰ্বৃত্তৰ গুলীত পিতা-পুত্ৰ আহত|

আহত স্বপন নায়কৰ পুত্ৰ শংকৰ নায়ক|

আক্ৰমণ কৰি নিৰ্বিঘ্নে বাংলাদেশলৈ উভতি যায় দুৰ্বৃত্তৰ দলটো|
ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লয় বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই|

 

Share it on

Leave a Reply