যোগদল কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া পূৰ্ণগতিত|

Guwahati/ 19th December’2017 (Prag News Desk): যোগদল কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া পূৰ্ণগতিত|

CID-এ সোধা-পোছা কৰিলে বিজয় শইকীয়া, গোপাল শৰ্মাক|

CIDৰ মুখ্য কাৰ্যলয়ত নিৰন্তৰ জেৰা দুয়োজনকে|

পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে পুনৰ দুয়োজনক তলব কৰিব CID-এ|

Share it on

Leave a Reply