ৰাইজে নিজেই নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং|

0
161

Guwahati/ 19th December’2017 (Prag News Desk):বাক্সাৰ শিমলা আৰু শালবাৰী সংযোগী পথৰ শোচনীয় ৰূপ|

ৰাইজে নিজেই নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং|

পহুমাৰা নৈৰ ওপৰত সাজি উলিয়ালে বাঁহৰ দলং|

প্ৰতিটো পৰিয়ালৰ পৰা একোডাল বাঁহ আনি সাজিলে দলং|

ইমানদিনে কেৱল প্ৰতিশ্ৰুতিকে দি থাকিল জনপ্ৰতিনিধিয়ে|

দলং নিৰ্মাণৰ বাবে ওলাই আহিল বড়োবজাৰৰ ৰাইজ|

ছাপাগুৰিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ বিৰুদ্ধে ক্ষোভ|

 

Share it on

Leave a Reply