তিনিচুকীয়া অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ মোৰ|

0
231

Guwahati/ 20th December’2017 (Prag News Desk): তিনিচুকীয়া অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ মোৰ|

আলফাৰ নয়ন মেধিয়ে ২ কোটি ধনদাবী কৰি ফোন কৰিছিল অৰুণাভৰ পিতৃক|

ৰূপম অসম জড়িত থকাৰ তথ্য স্বীকাৰ আৰক্ষীৰ|

অৱস্থিতি পাইছে ৰূপম অসমৰ আৰক্ষীয়ে|

ADGP পল্লৱ ভট্টাচাৰ্যৰ তাত্পৰ্যপূৰ্ণ মন্তব্য|

আলফাৰে আলোচনা প্ৰক্ৰিয়া আগবাঢ়ি আছে, অন্যান্য সংগঠনেও যোগাযোগ কৰিছে|

নাগালিম প্ৰসংগত অসম আৰক্ষীৰ সম্পূৰ্ণ সাজু|

কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নিদিয়ে আৰক্ষীয়ে : পল্লৱ ভট্টাচাৰ্য|

নগাঁও ফোন ৰেকৰ্ডিং কাণ্ডত আৰক্ষীয়ে তদন্ত কৰিছে|

শীঘ্ৰেই জালত পৰিব প্ৰকৃত দোষী : পল্লৱ ভট্টাচাৰ্য|

 

Share it on

Leave a Reply