দৰঙৰ ৰূপহী চ’কত নিশা ডকাইতি কাণ্ড|

0
204

Guwahati/ 20th December’2017 (Prag News Desk):দৰঙৰ ৰূপহী চ’কত নিশা ডকাইতি কাণ্ড|

প্ৰায় ৬ লাখৰো অধিক টকাসহ সোণৰ গহনা লুটৰ চেষ্টা ডকাইতৰ|

ডকাইতি কৰি আহোতে মঙলদৈ আৰক্ষীয়ে খেদি খেদি ধৰে ১৩ ডকাইতক|

প্ৰায় ১৮ জনীয়া আছিল ডকাইতৰ দলটো|

৫টা ডকাইত এতিয়াও পলাতক|

Share it on

Leave a Reply