ৰাজস্থানত শক্তি পুনৰুদ্ধাৰৰ চেষ্টা কংগ্ৰেছৰ|

0
128

Guwahati/ 20th December’2017 (Prag News Desk): ৰাজস্থানত শক্তি পুনৰুদ্ধাৰৰ চেষ্টা কংগ্ৰেছৰ|

পঞ্চায়ত, পৌৰ নিকায়ৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ জয়লাভ|

উপ-নিৰ্বাচন হোৱা চাৰিখন জিলা পৰিষদৰ আটাইকেইখনতে জয় কংগ্ৰেছৰ|

নিৰ্বাচন সম্পন্ন হোৱা ২৭ খন পঞ্চায়তৰ ১৬ খন দখল কৰিলে কংগ্ৰেছে|

১৪ খন পৌৰসভাৰ উপ-নিৰ্বাচনত ৬ খনত জয়লাভ কংগ্ৰেছৰ|

গুজৰাট, হিমাচলৰ পৰাজয়ৰ পাছত ৰাজস্থানত সকাহ লাভ বৰোধী দলটোৰ|

 

Share it on

Leave a Reply