Nagabera rape update: victim struggles for life in ICU…

0
171

Guwahati/ 20th December’2017 (Prag News Desk):বকোত দলৱদ্ধ ধৰ্ষণৰ বলি হোৱা ছাত্ৰীগৰাকী সম্প্ৰতি GMCHত চিকিত্সাধীন|

চিকিত্সালৰ ICUত মৃত্যুৰে যুঁজিছে দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে|

দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ চিকিত্সাৰ বাবে ধন নাই পিতৃ-মাতৃৰ|

চিকিত্সাৰ ধন বিচাৰি ৰাজপথত নামিছে স্থানীয় ৰাইজ|

ৰাইজৰ বৰঙণিৰে ছাত্ৰীগৰাকীৰ চিকিত্সা কৰোৱাৰ তত্পৰতা|

চৰকাৰক ছাত্ৰীগৰাকীৰ চিকিত্সাৰ ব্যয় বহন কৰিবলৈ আহ্বান|

৬ দিন উকলি যোৱাৰ পিছতো ধৰ্ষণকাৰী গ্ৰেপ্তাৰ নোহোৱাত ক্ষোভ ৰাইজৰ|

দোষীক কঠোৰ শাস্তি বিহাৰ দাবী স্থানীয় ৰাইজৰ|

 

Share it on

Leave a Reply