২০১৮ৰ হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ দিন ঘোষণা|

0
200

Guwahati/22nd December’2017 (Prag News Desk): ২০১৮ৰ হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ দিন ঘোষণা|

ফেব্রুৱাৰী মাহৰ ৩য় সপ্তাহত অনুষ্ঠিত হ’ব পৰীক্ষা|

পৰীক্ষাত অৱৰ্তীৰ্ণ হ’ব মুঠ ৩,৫৬,৬০০ পৰীক্ষাৰ্থী|

৩,৪৭,১৫৮গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী|

ইয়াৰে ৯,৪৪২গৰাকী হাই মাদ্ৰাছাৰ পৰীক্ষাৰ্থী|

২২-২৫ জানুৱাৰীলৈ ১২টা বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা|

মাঘ বিহুৰ পূৰ্বে পৰীক্ষাৰ্থীয়ে লাভ কৰিব এডমিট কাৰ্ড

পূৰ্বতকৈ উন্নত হ’ব এডমিট আৰু মাৰ্কশ্বীটৰ গুণগত মান|

মাৰ্কশ্বীট-এডমিটত থাকিব ১২টা বিশেষ বৈশিষ্ট্য

৪২টা মণ্ডলৰ ৮৫২টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা|

ডিজিটেলী পৰীক্ষণ কৰা হ’ব গণিত বিষয়ৰ বহী|

১১টা মণ্ডলত কম্পিউটাৰত পৰীক্ষণ হ’ব গণিতৰ বহী|

৭১টা স্পর্শকাতৰ পৰীক্ষা কেন্দ্ৰত থাকিব ফ্লাইং স্কোৱাড|

Share it on

Leave a Reply