নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত হয় হৃদৰোগ সম্পৰ্কীয় …

0
115

Guwahati/ 23rd December’2017 (Prag News Desk): নেমকেয়াৰ হাৰ্ট এছ’চিয়েচন আৰু আই এল এফ এছৰ সহযোগত শুকুৰবাৰে নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত হয় হৃদৰোগ সম্পৰ্কীয় এক সজাগতা সভা।
হঠাত্ হৃদ ৰোগত আক্ৰান্ত ব্যক্তিক কি ধৰণে ঘৰতে প্ৰাণৰক্ষা কৰিব পাৰি সেই সম্পৰ্কে বিশেষ প্ৰশিক্ষণ দিয়া হৈছে এই সজাগতা অনুষ্ঠানত। দিল্লী আৰু আমেৰিকাৰ পৰা অহা প্ৰশিক্ষকে দিছে এই প্ৰশিক্ষণ। তিনিদিন ধৰি চলি থাকিব এই প্ৰশিক্ষৰ বিশেষ অনুষ্ঠান।

Share it on

Leave a Reply