হিন্দু বাংলাদেশী সন্দৰ্ভত সৰৱ প্ৰফুল্ল কুমাৰ মহন্ত |

Guwahati/ 23rd December’2017 (Prag News Desk): হিন্দু বাংলাদেশী সন্দৰ্ভত সৰৱ প্ৰফুল্ল কুমাৰ মহন্ত |

‘বিধেয়ক গৃহীত হ’লে নাথাকিব মিত্ৰতা’ |

‘অবৈধ বাংলাদেশীৰ বাবে জনসংখ্যাৰ বিস্ফোৰণ হৈছে ৰাজ্যত’ |

অসম চুক্তিক কেতিয়াও উলংঘা কৰিব নোৱাৰিব : মহন্ত

‘কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা এখন গোপন চিঠি আহিছে’

‘NRCক লৈ পত্ৰ দিছে কেন্দ্ৰই’

‘গোপন চিঠিত আছে বহু বিস্ফোৰক কথা’

Share it on

Leave a Reply