Body Building Championship…

0
88

Guwahati/ 23rd December’2017 (Prag News Desk): থাইলেণ্ডৰ বেংককত আয়োজিত সদ্যসমাপ্ত এছিয়ান বডি বিল্ডিং শ্বেম্পিয়নশ্বীপত অসমৰ চাৰিজনকৈ যুৱকে সুন্দৰ প্ৰদৰ্শনেৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। শুকুৰবাৰে  গুৱাহাটী প্ৰেছ ক্লাৱত এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে অল আসাম  বডি বিল্ডিং এছ’চিয়েছনে।

Share it on

Leave a Reply