বোকাখাতত কাজিৰঙা বঁটা ২০১৭ প্ৰদান|

Guwahati/ 24th December’2017 (Prag News Desk): বোকাখাতত কাজিৰঙা বঁটা ২০১৭ প্ৰদান|

সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাসকললৈ এই বঁটা|

গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা তুলসী চুতীয়ালৈ|

নবীন সাংস্কৃতিক বঁটা লাভ কৰে বিদ্যুত্ কুমাৰ নাথে|

নবীন সাহিত্য বঁটা মৌচম গগৈলৈ আগবঢ়োৱা হয়|

শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটা বিশাল ৰবিদাস|

শ্ৰেষ্ঠ শৈক্ষিক বঁটা শিল্পী গগৈ আৰু নম্ৰতা নাথলৈ|

কাজিৰঙা নিউজ নেটৱৰ্কে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে|

 

Share it on

Leave a Reply