কচুৱাত নিশা নগাঁও আৰক্ষীৰ অভিযান|

0
129

Guwahati/ 25th December’2017 (Prag News Desk): কচুৱাত নিশা নগাঁও আৰক্ষীৰ অভিযান|

উত্খাত হ’ল অবৈধ চিত্ৰহাৰ আৰু জুৱাৰ আড্ডা|

কচুৱাৰ জিত গাঁৱত নিশা অভিযান চলালে আৰক্ষীয়ে|

উলংগ নৃত্য কৰি থকা চাৰিগৰাকী পুৰুষ-মহিলাক আটক|

বিগত চাৰিদিন ধৰি চলাই আহিছিল নৃত্য|

স্থানীয় আৰক্ষীক মেনেজ কৰি জুৱা আৰু নৃত্য চলোৱাৰ অভিযোগ|

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিল অভিযান|

Share it on

Leave a Reply